হাৰলিহাৰাংগাজাও

হাৰলি ঘৰ (Assamese) [ Roman: ha.ro.li ghor]
Contributed by: Anjali Sonowal on 2009-07-29
1. (Material Noun-Neuter) a temporary hut of straw, driedplantain leaves etc.made by youths forfeasting on the night before Magha Bihu. মাঘৰ বিহুৰ উৰুকা নিশা মুকলি ঠাই, পথাৰ বা নদীৰ পাৰত ভোজ-ভাত খাবলৈ খেৰ, নৰা, কল-ঠৰুৱা আদিৰে সজা অস্থায়ী ঘৰ ৷